ভাৰতত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক সৌন্দৰ্য্য প্ৰতিযোগিতা মিষ্টাৰ এণ্ড মিছ ইনক্ৰেডিবল ইণ্ডিয়া ।গুড ইন ইণ্ডিয়াই আয়োজন কৰা প্ৰতিযোগিতাখনত ২৯খন ৰাজ্যৰ পৰম্পৰাগত পোচাক, সংস্কৃতি ৰেম্পত প্ৰদৰ্শন কৰিব । এই প্ৰতিযোগিতাখনৰ অডিচন ডনবক্স’ প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব ।আনহাতে প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
Trending
- আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ
- অসমৰ নৃগোষ্ঠীয় কলা-সংস্কৃতিৰ মানচিত্ৰণৰ বাবে ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বুজাবুজিৰ চুক্তি সম্পন্ন
- বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰে মত – বিনিময় বিমান বন্দৰ কৰ্তৃপক্ষৰ
- চৰাইদেউ জিলা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ
- ভাৰতী এয়াৰটেলত নৱ সংযোজন
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক খেতি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা