সম্প্ৰীতিৰ এনাজৰীয়ে আৰম্ভ হ’ল জোনবিল মেলা

0 169

আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিৰি পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা।জোনবিল মেলাৰ উপলক্ষে পাহাৰৰ পৰা হাজাৰ হাজাৰ মামা মামী জোনবিলৰ‌ পাৰলৈ আহিছে। উল্লেখযোগ্য যে জোনবিল মেলাত আজিও দেখা যায় পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী।

জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰচিঙ বৰদলৈয়ে জনোৱা মতে এইবাৰৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী‌ । উল্লেখযোগ্য যে জোনবিল মেলাৰ পৰম্পৰা ১৫শতিকাৰ পৰা আৰম্ভ হৈছিল।অহা ২১জানুৱাৰীত এই জোনবিল মেলা অন্ত পৰিব।

Leave A Reply

Your email address will not be published.