সামৰণি পৰিল নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ

0 199

সামৰণি পৰিল নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সোমবাৰে মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে।সভাত উপস্থিত থাকি বিধায়কজনে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে। মুকলি সভাত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ তোষেশ্বৰ নাথ,ডক্টৰ বিলীন কুমাৰ ভূঞা,জিলা আৰক্ষী লীনা দলে, মহাবিদ্যালয়ৰ উপাধ্যক্ষা কল্পনা ভট্টাচাৰ্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.