সুধাকণ্ঠৰ ১০০খন আলোকচিত্ৰ প্ৰদৰ্শিত হয় বিশ্ব ফটোগ্ৰাফী দিৱসত

0 601

অসম ফটো জাৰ্নেলিষ্ট এচ’চিয়েচনৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত বিশ্ব ফটোগ্ৰাফী দিৱস অনুষ্ঠিত হয়।এই অনুষ্ঠানত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ১০০খন আলোকচিত্ৰ প্ৰদৰ্শন  হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী মনিশা হাজৰিকা।
 
 
এই অনুষ্ঠানত গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ৰ লগতে আন বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.