গুৱাহাটীৰ ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক সম্বৰ্ধনা জনোৱা হয়।সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সদস্য, নামতী দময়ন্তী ডেকাই আঁত ধৰা সভাখনত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ সভাপতি মহিমা দাস আৰু সম্পাদক দিপ্তী শৰ্মা আৰু কণমানি শিশু ৰিঅ’ আৰ্মিন ডেকাই মেয়ৰ মৃগেন শৰণীয়াক সমৰ্দ্ধনা জনায়। সভাত নামঘৰৰ তৰফৰ পৰা অঞ্চলটোৰ বাট-পথৰ সমস্যা সমাধানৰ লগতে অৰ্ধ্বনিৰ্মিত নামঘৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে মেয়ৰ মৃগেন শৰণীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। মেয়ৰ মৃগেন শৰণীয়াই স্মাৰকপত্ৰ খন গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে। সভাত সমাজকর্মী ৰাহুল মেধি,ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, সমাজকর্মী কুমুদ চন্দ্ৰ ডেকাৰ লগতে নামঘৰৰ সদস্য, অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত