নৱবৰ্ষ উপলক্ষে অসমৰ ৰাজ্যপাল গৰাকীক সৌজন্যমুলক সাক্ষাৎ কৰে প্ৰেছ ক্লাব আছামে। প্ৰেছ ক্লাব আছামৰ সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা ৫জনীয়া সজাতি দলটোৱে ফুলাম গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যপাল গৰাকীক এখন স্মাৰকপত্ৰ যোগে প্ৰেছ ক্লাব আছামৰ বাবে এডোখৰ স্থায়ী ভুমি আৱন্তন দিয়াৰ লগতে ক্ষুদ্ৰ বাতৰি কাকত আৰু ডিজিটেল মাধ্যমৰ বিজ্ঞাপন দিয়াৰ লগতে সাংবাদিক সকলকো সম মৰ্যাদা প্ৰদান কৰিবলৈ অৱগত কৰে । ৰাজ্যপাল জাতি দলটোৰ বক্তব্যসমুহ পৰ্যায়ক্ৰমে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। সজাতি দলটোত ৰাজকুমাৰ দাস, সংগীতা শইকীয়া আৰু অমৰ কাশ্যপো উপস্থিত আছিল।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা