নৱবৰ্ষ উপলক্ষে অসমৰ ৰাজ্যপাল গৰাকীক সৌজন্যমুলক সাক্ষাৎ কৰে প্ৰেছ ক্লাব আছামে। প্ৰেছ ক্লাব আছামৰ সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা ৫জনীয়া সজাতি দলটোৱে ফুলাম গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যপাল গৰাকীক এখন স্মাৰকপত্ৰ যোগে প্ৰেছ ক্লাব আছামৰ বাবে এডোখৰ স্থায়ী ভুমি আৱন্তন দিয়াৰ লগতে ক্ষুদ্ৰ বাতৰি কাকত আৰু ডিজিটেল মাধ্যমৰ বিজ্ঞাপন দিয়াৰ লগতে সাংবাদিক সকলকো সম মৰ্যাদা প্ৰদান কৰিবলৈ অৱগত কৰে । ৰাজ্যপাল জাতি দলটোৰ বক্তব্যসমুহ পৰ্যায়ক্ৰমে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। সজাতি দলটোত ৰাজকুমাৰ দাস, সংগীতা শইকীয়া আৰু অমৰ কাশ্যপো উপস্থিত আছিল।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন