বৰ্ত্তমান সময়টোৱে হৈছে ডিজিটেলৰ সময়। এই ডিজিটেল দুনীয়াৰ বোকাচাত উঠি অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰিছে বহুকেইটা ডিজিটেল সংবাদ মাধ্যমে। এই মাধ্যমৰ ভবিষ্যত আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰখি সকলোবোৰ ডিজিটেল মাধ্যমৰ ব্যক্তি সকল একত্ৰিত হৈ সন্থা গঠন কৰে । মহানগৰীৰ উলুবাৰীৰস্থিত এক কাৰ্য্যলয়ত nefocus.com সংবাদ ৩৬৫, নিউজ নেস্ক ৱান, দ্যা নিউজমিল, প্ৰথম খবৰ, সংবাদ প্ৰহৰী, ইনছাইড এনই লগত জড়িত ব্যক্তিসকল মিলিত হয়। আশা কৰা হৈছে এই ডিজিটেল মেডিয়া ফ’ৰামে অনাগত দিনত এক নৱ জোৱাৰ অনাৰ চেষ্টা কৰিব।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
