অহা ১৫ ডিচেম্বৰত বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বিহাৰ ঝাৰখণ্ড যুৱ মহোৎসৱত অসমৰ এগৰাকী উদ্যমীয়ে অংশগ্ৰহণ কৰিব। বিকাশ কলিতা নামৰ উদ্যমী গৰাকীয়ে এই সভাত মটিভেশ্ব’নেল স্পীকাৰ হিচাপে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে।এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত প্ৰায় ডেৰ লক্ষাধিক মানুহে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে।আনহাতে দুৰ্নীতি দৰ্পণ কাকতৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত প্ৰয়াত সাংবাদিক দীলিপ কুমাৰ চক্ৰৱৰ্তী শ্ৰেষ্ঠ সাংবাদিক সোঁৱৰণী বঁটা প্ৰদান কৰিব সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰক।স্মৰ্তব্য যে অহা ১২ জানুৱাৰীত তেখেতে এই বঁটা গ্ৰহণ কৰিব।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ