এটা যুগৰ অৱসান ঘটিল ।সংগীতৰ পথাৰত হাজাৰজনৰ অন্তৰ জয় কৰা কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু নাই ।গুৱাহাটীৰ নেমকেয়াৰত হস্পিতেলত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যু সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি।১৯৪১চনত জন্মগ্ৰহণ কৰা দিপালী বৰঠাকুৰে ১৯৯৮চনত পদ্মশ্ৰী বঁটা,২০১০চনত অসম চৰকাৰৰ শিল্পী বঁটা, ২০১২চনত আইদেউ সন্দিকৈ বঁটা লাভ কৰিছিল ।আজি এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা