সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাবে পাৰৰ্দশিতা দেখুৱাই অহা মহিলা সকলক উৎসাহ আৰু সন্মান প্ৰদৰ্শন কৰাৰ অৰ্থে হোটেল গ্ৰেটৱে গ্ৰেণ্ডাৰত মচ্ফিকা Women Welfare Society ৰ সৌজন্যত অলপতে এক অনুষ্ঠান হৈ যায়। সমগ্ৰ অসমৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰতিযোগীয়ে অনুষ্ঠান অংশগ্ৰহণ কৰে। শ্বেহনাজ মচফিকা পাৰ্ৰলাৰ অয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন জাতি, ধৰ্মীয়, সম্প্ৰদায়ৰ কইনা সাজত এখন কইনাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৌন্দৰ্ষ আৰু প্ৰঞ্জাৰ ফালৰ পৰা ৩ গৰাকী শ্ৰেষ্ঠ কইনা নিৰ্বাচন কৰি পুৰস্কৃত কৰা হয়। কইনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অচমিয়া বেগমে (শিলিগুৰী)দ্বিতীয় স্থান লাভ কৰে জুনুকা ব্ৰক্ষ্ম (তামুলপুৰ) আৰু তৃতীয় স্থান লাভ কৰে সুনিতা শৰ্মাই (গুৱাহাটী) । উল্লেখযোগ্য যে এই অনুষ্ঠানতেই মলয়া গোস্বামী, অৰুণা দেবী, আৰু প্ৰণৱ দাস ক বিশেষভাৱে সন্মানিত কৰা হয়।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
