আজি ৫ নবেম্বৰ । সুধাকণ্ঠ ডo ভুপেন হাজৰিকাৰ ৫ম মৃত্য বাৰ্ষিক । আজি এই দিনটোত সুধাকণ্ঠ গৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এই গৰাকী মহা মানৱৰ মহানতা বিষয়ে লিখি কেতিয়াও ওৰ পেলাব নোৱাৰি সেয়ে যুগে যুগে প্ৰতিজন জনগণৰে বুকুত অমৰ হৈ ৰ’ব। আজি কেইখন মান চিত্ৰই NE Focusৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছো।
Trending
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল