ভাৰতৰ অন্যতম দ্ৰুত বিকশিত খাদ্য আৰু পানীয় কোম্পানী কেভেণ্টাৰে বৃহস্পতি বাৰ্ আনুষ্ঠানিক ভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুকলি কৰে ‘কেভেণ্টাৰ মিল্ক’।২০২০চনৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ২০ শতাংশ বজাৰ অংশৰ জৰিয়তে ১৫০কোটি ৰাজহ সংগ্ৰহৰ লগতে জনসাধাৰণৰ কল্যাণ সাধনৰ লক্ষ্য আগত ৰাখিয়ে বৃহৎ উদ্যোগটোৱে অসমত বিনিয়োগৰ বাবে আগবাঢ়ি অহা বুলি মত পোষণ কৰে কেভেণ্টাৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক মায়ংক জালানে। তেওঁ লগতে কয় যে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সুস্বাস্থ্যৰ প্রতি কেভেণ্টাৰ সদায় সচেতন আৰু সেয়ে তেওঁলোকে গ্ৰাহকক সদায় উৎকৃষ্ট মানৰ খাদ্যৰ যোগান ধৰি আহিছে। আনহাতে মহানগৰীৰ হোটেল তাজ ভিভেণ্টাত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি কেভেণ্টাৰ মিল্কৰ চি ই অ’ সৌৰভ জালিয়াই ইয়াৰ গুণগত মানৰ ওপৰত মতপ্ৰকাশ কৰাৰ লগতে কয় যে২০২৩ চনৰ ভিতৰত ১০হাজাৰ কোটি টকাৰে সফলতাৰ দিশত আৰু অধিক আগুৱাই যাব বুলি কেভেণ্টাৰ মিল্ককলৈ আশাবাদী ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি