মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা

0 338

অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা হ’ল ।হাইস্কুল শিক্ষান্ত পৰীক্ষা ১৪ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব ।আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষা ১২ফেব্ৰুৱাৰীৰ পৰা ১৪মাৰ্চলৈ অনুষ্ঠিত হ’ব ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৩. ৫লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ’ব।

Leave A Reply

Your email address will not be published.