আজি ১৪ জুন।জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী।আজি দিনটো সুশান্তৰ অনুৰাগী সকলৰ বাবে অতি বেদনাদায়ক দিন।আজিৰ দিনটোক কেন্দ্ৰ কৰিয়ে সুশান্তৰ অনুৰাগী সকলে কালিৰে পৰা চ’চিয়েল মেডিয়াত শোক প্ৰকাশ কৰা অথবা স্মৰণ কৰা দেখা গৈছে।কোনোৱে গানেৰে, কোনোৱে ছবিৰে শ্ৰদ্ধাঞ্জলি নিবেদিছে।আনহাতে সুশান্ত প্ৰেয়সী অংকিতা লখণ্ডে ঘৰতে প্ৰাৰ্থনা কৰি ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিক খনৰ অংকিতাই সহ অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।সুশান্তৰ মৃত্যুৱে এবছৰ অতিক্ৰম কৰিলে যদিও অভিনেতা জনৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল!
Trending
- ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন
- OIL Pragyan Super 30 Shines Again: Students Successfully Qualify JEE Mains 2025
- উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে
- পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন -শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন
- গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন
- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা
- অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১২ টাকৈ প্ৰশিক্ষিত দল
- বৰ্ণাঢ্য কাৰ্যসূচীৰে ধাৰাপুৰত মুকলি বিহুৰ সামৰণি
- পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে বিহুমঞ্চত পৰিবহণ বিভাগৰ ব্যতিক্ৰমী অনুষ্ঠান
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুট কোর্ট প্রতিযোগিতা সম্পন্ন