লাচিত দিৱসৰ একলমেৰে..

0 616

১৭ শতিকাৰ এজন বীৰ যোদ্ধা।তেখেতৰ নাম লাচিত বৰফুকন।এইজন সাহসী যোদ্ধাই অসীম পৰাক্ৰম আৰু বুদ্ধিমত্তাৰে মোগলক পৰাস্ত কৰি অসমীয়াৰ বীৰত্ব প্ৰকাশ কৰিছিল। সেয়েহে এই বীৰজনা যুগে যুগে বন্দিত।
 
লাচিত বৰফুকনক শৰাইঘাটৰ যুদ্ধ অনুসৰি জনা হয়। যিয়ে ১৬৭৯ চনত মোগলৰ বিৰুদ্ধে যুঁজ দি অসমৰ স্বাধীনতা ঘুৰাই আনিছিল।প্ৰবাদ আছে যে লাচিত বৰফুকনে কামত হেলা কৰাৰ বাবে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰি কৈছিল – দেশতকৈ মোমাই ডাঙৰ নহয় ৷দেশপ্ৰেমী এই বীৰজনাৰ পবিত্ৰ দিনটোত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছো ৷

Leave A Reply

Your email address will not be published.