অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত নিবনুৱা যুৱক-যুৱতীৰ অনলাইন পঞ্জীয়নৰ বাবে এটা কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা প’ৰ্টেল মুকলি কৰে। এই প’ৰ্টেলৰ জৰিয়তে যুৱক-যুৱতীসকলে আধাৰ নম্বৰৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈয়ে অনলাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls