অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কোমোলিকাই

0 529


বন্ধু-বান্ধৱীৰ অনুপ্ৰেৰণাতে মই মডেলিং জগতত ভৰি দিলো। মডেলিং এতিয়া মোৰ হবি হৈ পৰিছে এই মন্তব্য কোমোলিকা দিহিঙীয়াৰ।ৰঙিয়াৰ যুৱতী কোমোলিকাই মডেলিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে কোমোলিকাই জুন মাহত মিচ ইউ পিৰ খিতাপ আৰু শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত মিচ ইভিক ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।বৰ্তমানেও কোমোলিকাই মিচ ইণ্ডিয়াত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই থকাৰ কথা জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.