অসমীয়া সাহিত্য প্ৰসাৰৰ বাবে কাম কৰিছে এগৰাকী সাংবাদিকে

0 457

অসমীয়া সাহিত্য প্ৰসাৰৰ বাবে কাম কৰিছে এগৰাকী সাংবাদিকে।কলিকতাৰ বাসিন্দা এই সাংবাদিক জনৰ নাম শক্তিময় দাস।উল্লেখযোগ্য যে শক্তিময় দাসে নামঘোষা, কীৰ্তন ঘোষা,ভক্তি ৰত্নাৱলী, বুঢ়ীআই সাধু,ঘুনুচা কীৰ্তন,গণেশ গগৈ ৰচনা সমগ্ৰ ,মিৰি জীয়ৰী,ৰংমিলিৰ হাঁহি,মহেশ্বৰ নেওগৰ প্ৰাচীন অসমীয়া সমাজ আৰু সংস্কৃতি,আদিকে ধৰি ৩৫ খন গ্ৰন্থ নিজা উদ্যোগত বাংলা ভাষালৈ অনুবাদ কৰিছে। কেৱল এইয়াই নহয় তেখেতে ভূপেন হাজৰিকাৰ কিছুমান গীতৰ অনুবাদৰ কামো লগতো জড়িত হৈ আছে।শক্তিময় দাসৰ এই কৰ্মক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.