উদ্ভাৱনী শক্তিৰ দ্বাৰা বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা বিজ্ঞানী ডক্টৰ উদ্ধৱ ভৰালীক আগবঢ়াইছে ৰোল মডেল এৱাৰ্ড ।ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে থিংক ইণ্ডিয়াৰ যৌথ সহযোগত এই সন্মান আগবঢ়াইছে ।জানিব পৰা মতে অহা ১৩জানুৱাৰীত বাংগালোৰস্থিত প্ৰতিষ্ঠানটোৱে জাগ্ৰুতি ২০১৯সৰ্বভাৰতীয় যুৱ মহোৎসৱত এই বঁটা প্ৰদান কৰিব ।উল্লেখযোগ্য যে১৪৯ টা যন্ত্ৰ উদ্ভাৱন কৰি ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।শেহতীয়াকৈ লাভ কৰা এনে খবৰে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি