অসম আৰক্ষীৰ সফলতা- ৬ ঘণ্টাত হেৰুৱা নথি উদ্ধাৰ কৰি দিলে ভুক্তভোগীক

0 431

এগৰাকী শিক্ষাৰ্থীৰ জীৱনত  শিক্ষা বর্ষত সংগ্ৰহ কৰা প্ৰমাণ পত্ৰই অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।যোৱাকালি তেনে এটা ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীত।
 
 
কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰতীক্ষা হাজৰিকা নামৰ ছাত্ৰী গৰাকীৰ নথিপত্ৰ হেৰাল।এই ভিডিঅ’টো এটা চ’চিয়েল মেডিয়া জৰিয়তে ছাত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ পিছতে আৰক্ষী তহলদাৰী গোটে ছয় ঘণ্টা ভিতৰতে নথিপত্ৰ খিনি উদ্ধাৰ কৰি ছাত্ৰী গৰাকীক গতাই দিছে।এয়া অসম আৰক্ষী এক প্ৰকাৰৰ বিশেষ সফলতা বুলি ক’ব পাৰি।

Leave A Reply

Your email address will not be published.