কৰ্ণাটকত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ কিউৰুগী আৰু ১৩ সংখ্যক ৰাষ্ট্ৰীয় পুমছে’ত অসমৰ দুই সন্তান উজলি উঠিছে। স্তুতি কিংকিনী মজুমদাৰ আৰু টুচনিক ভূঞা নামৰ খেলুৱৈ দুগৰাকীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যযোগ্য যে এই প্ৰতিযোগিতা খন যোৱা ৭জুলাইৰ পৰা ৯ জুলাইলৈ অনুষ্ঠিত হৈছিল।স্তুতি কিংকিনী মজুমদাৰ প্ৰয়াত সাংবাদিক অনিল মজুমদাৰ আৰু টুচনিক ভূঞা উত্তৰ গুৱাহাটীৰ নিবাসী সঞ্জীৱ ভূঞাৰ পুত্ৰ।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা