অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে আৰম্ভ হয়। আজি যুৱ সংসদত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। “সাহিত্য সৰ্বস্ব অসমেই অসমৰ উন্নতিৰ প্ৰধান অন্তৰায় নেকি” শীৰ্ষ এক অনুষ্ঠান বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকল তথা নৱপ্ৰজন্মৰ প্ৰতিনিধি, বুদ্ধিজিৱী সকলৰ মাজত অনুষ্ঠিত হয়। অনুষ্ঠানটো আঁত ধৰে মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰুৱে। ইয়াৰ পিছতেই “ৰামধেনু” নামৰ এক অনুষ্ঠান পাৰ্বতী প্ৰসাদ বৰুৱাৰ নামৰ মূল মঞ্চত অনুষ্ঠিত হয়। মাননীয় ৰাজ্যপালো এই অনূষ্ঠানত উপস্থিত থাকে। ইয়াৰ পৰৰ্বত্তী পৰ্য্যায়ত “আকাশ” নামৰ এক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে কবি সন্মিলন আৰু বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ সভাৰ বাকৰিত লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হোৱা যায়।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত


