সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ জয়ীতা নাথ পুৰকায়স্থ।শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰী জয়ীতা নাথ পুৰকায়স্থই আই আই টি স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে। জয়ীতাৰ বৈকল্পিক কাকত আছিল জৈৱ প্ৰযুক্তিবিদ্যা। জয়ীতা শিলচৰৰ বিবেকানন্দ ৰোডৰ বাসিন্দা৷
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী