অসম বাসীৰ বাবে সুখবৰ। প্ৰথম বাৰলৈ IBৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে ভাৰতীয় আৰক্ষী সেৱা বিষয়া তপন কুমাৰ ডেকাই। উল্লেখযোগ্য যে শেহতীয়াকৈ তেখেতে IBৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জম্মু কাশ্মীৰত উগ্ৰপন্থী বিৰোধী অভিযানত নেতৃত্ব দিয়াৰ উপৰিও আই বিৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ নেতৃত্ব প্ৰদান কৰিছিল।তপন কুমাৰ ডেকা এসময়ত এগৰাকী আছু কৰ্মী আছিল।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন