সংসদৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। ৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে ২৩ দিন ধৰি চলিবলগীয়া সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে ১৬ খন নতুন বিধেয়ক উত্থাপন কৰিব।সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শীতকালীন অধিবেশনত চৰকাৰে ১৬ খন নতুন বিধেয়ক উত্থাপন কৰিব ।বিগত বৰ্ষাকালীন অধিবেশনত মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাক লৈ বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত অধিবেশনৰ কাম-কাজত ব্যাঘাত জন্মিছিল।আনকি চৰকাৰে প্ৰয়োজনীয় কেইবাখনো বিধেয়ক অধিবেশনত উত্থাপন কৰিব পৰা নাছিল।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা আৰম্ভ হ’ব লগীয়া অধিবেশন খন সুচাৰুৰূপে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিৰোধী দলৰ সহায়ৰ আৱশ্যক হৈ পৰিছে।এনে কাৰণতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে আজি অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিৰোধী দলৰ সৈতে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls