আজিৰে পৰা বগীবিল দলঙৰে যাব ৰাজধানী এক্সপ্ৰেছ

0 403

আজিৰে পৰা সপ্তাহত দুদিনলৈ চলিব ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ । সেইদৰে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ সপ্তাহত দুদিনকৈ চলিব এই বিশেষ এক্সপ্ৰেছ খন।
 
 
উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ সোমবাৰ আৰু শুকুবাৰে, দিল্লী পৰা ডিব্ৰুগড়ৰলৈ বৃহস্পতি বাৰে আৰু দেওবাৰে ৰাজধানী এক্সপ্ৰেছ চলাচল কৰিব। নতুন পথেৰে যাত্ৰা কৰিব লগীয়া ৰেলখনৰ উত্তৰ লখিমপুৰ ,ৰঙাপাৰা আদি স্থানত ষ্টেচন সমূহ হ’ব।

Leave A Reply

Your email address will not be published.