আজি পৰা আৰম্ভ হ’ব ২০২১ বৰ্ষৰ য়ুথ কেম্প।এই কেম্পৰ জৰিয়তে নৱ প্ৰজন্মই সকলো পৰিস্থিতিতে জীৱন যুঁজত কিদৰে আগবাঢ়িব পাৰিব,সেই সম্পৰ্কে অনুষ্ঠান অনুষ্ঠিত হ’ব।বিশেষকৈ মানসিক স্থিতি সবল কৰাৰ বাবে এই কেম্পে বিশেষ ভূমিকা গ্ৰহণ কৰিব।সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া এই কেম্পত মাইণ্ড ইডুকেচনৰ বহুকেইজন বিশেষজ্ঞই বক্তব্য ৰাখিব।ইচ্ছুক সকলে অনলাইনত যুম আই ডি 8767695733 আৰু পাৰ্চৱৰ্ড-11 দি লগ ইন কৰি অংশগ্ৰহণ কৰিব পাৰিব।ইয়াৰ সমান্তৰালভাৱে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন