ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰি গৌৰৱ কঢ়িয়াই আনিছে সাপেখাতীৰ এগৰাকী ছাত্ৰীয়ে।ছাত্ৰী গৰাকী নাম মৌচুমী সৎনামী। উল্লেখযোগ্য যে ছাত্ৰীগৰাকীয়ে শ্বিলঙৰ নেহু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি ৪৩ বিধ থলুৱা বনৌষধিৰ পৰা ১৬ বিধ ৰোগ নিৰাময়ৰ ঔষধ তৈয়াৰ কৰি উলিয়াইছে। জণ্ডিচ,নিমনিয়া,কিডনী স্তন,ডায়েবেটিচ আদি বিভিন্ন ধৰণৰ ১৬ বিধ ৰোগ ভাল কৰা ক্ষমতা আছ এই বনৌষধি সমূহত। ছাত্ৰীগৰাকী এই সাফল্যৰ বাবে পিতৃ ৰাজু সৎনামী আৰু মাতৃ যমুনা সৎনামী লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ