আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুখবৰ কঢ়িয়াইছে এগৰাকী অসমীয়াই|অভিনেতা আদিল হুছেইন অভিনীত চিনেমা WHAT WILL PEOPLE SAY বিদেশী ভাষাৰ চিনেমাৰ শিতানত অস্কাৰৰ বাবে মনোনীত হৈছে|এজনী পাকিস্তানী ছোৱালী আৰু এজন নৰৱেৰ ল’ৰাৰ প্ৰেম কাহিনীৰ আলমত চিনেমাখন নিৰ্মাণ হৈছে|উল্লেখযোগ্য যে আদিল হুছেইনে ইতিমধ্যে LIFE OF PI,ENGLISH VINGLISH আদি ছবিৰ জৰিয়তে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল|গোৱালপাৰাৰ সুসন্তান আদিল হুছেইনে নাটকৰ জৰিয়তে প্ৰথমে অভিনয়ৰ জগতত খোজ পেলাইছিল|
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press