এজন অসমীয়াৰ জয়যাত্ৰা

0 271

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুখবৰ কঢ়িয়াইছে এগৰাকী অসমীয়াই|অভিনেতা আদিল হুছেইন অভিনীত চিনেমা WHAT WILL PEOPLE SAY বিদেশী ভাষাৰ চিনেমাৰ শিতানত অস্কাৰৰ বাবে মনোনীত হৈছে|এজনী পাকিস্তানী ছোৱালী আৰু এজন নৰৱেৰ ল’ৰাৰ প্ৰেম কাহিনীৰ আলমত চিনেমাখন নিৰ্মাণ হৈছে|উল্লেখযোগ্য যে আদিল হুছেইনে ইতিমধ্যে LIFE OF PI,ENGLISH VINGLISH আদি ছবিৰ জৰিয়তে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল|গোৱালপাৰাৰ সুসন্তান আদিল হুছেইনে নাটকৰ জৰিয়তে প্ৰথমে অভিনয়ৰ জগতত খোজ পেলাইছিল|

Leave A Reply

Your email address will not be published.