অসমৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ৭৫ বছৰীয়া জয়ন্তী আজি বেংকটোৰ প্ৰতি শাখাত উদযাপন কৰা হয়।আজি বেংকটোৰ নগাঁও শাখা কাৰ্যালয়ত এই জয়ন্তী উদযাপন কৰা হয় এই উপলক্ষে অনুষ্ঠিত সভাত গকুল বৰাই সভাপতিত্বত কৰে।সভাৰ উদ্দেশ্য ব্যাখ্যাত বেংকৰ শাখা পৰিচালক কুমাৰ ৰমেন শইকীয়াই এপেক্স বেংকৰ জন্মলগ্নৰ ইতিহাস দাঙি ধৰি উল্লেখ কৰে যে এপেক্স বেংকে ৰাইজৰ সুবিধাৰ বাবে সেৱা আগবঢ়াই আহিছে।ফলত বিভিন্ন দিশৰ পৰা ৰাইজ উপকৃত হৈছে। সভাত কেইবাজনো বক্তাই বিভিন্ন পৰামৰ্শ আগবঢ়ায়।সভাতেই আত্মা সহায়ক গোটৰ মাজত ঋণ বিতৰণ কৰা হয়।সভাত নাবাৰ্ডৰ- ৰাজু প্ৰনা,এ ডি এম- খুৰশ্বীদ আলমকে ধৰি কেইবাজনো বিশিষ্ট লোকৰ লগতে বেংকৰ বিষয়া ,কৰ্মচাৰী অংশীদাৰ আদি উপস্থিত থাকে।বেংকৰ শিলঘাট শাখাটো এই জয়ন্তী উদযাপন কৰা হয়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি