তেজপুৰস্থিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ১৬ ছেপ্টেম্বৰত শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ বিষয়ক কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনি মহাবিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ তৰফৰ পৰা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল । সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ সঞ্জয় ভি মালপেক। শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে শক্তি খণ্ডৰ হিচাপ পৰীক্ষণ সম্পৰ্কত তেওঁ বিশদ বাখ্যা আগবঢ়ায় । ভাষণৰ শেষত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়।
Trending
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে
- দেশজুৰি প্ৰযোজ্য হ’ব এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী ফৰ্মূলা, পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ