গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰাজহুৱা খেলপথাৰত খানামুখ য়ুথ স্পৰ্টছ ক্লাৱৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে মিনি ফুটবল প্ৰতিযোগিতা।পুৱা প্ৰতিযোগিতা উদ্ধোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকর্মী ধৰ্মকান্ত কলিতাই।এই উপলক্ষে ক্লাৱৰ সভাপতি ধৃতিমান দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ৰাহুল কলিতাই।অনুষ্ঠানত খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰসভাপতি যাদৱ চন্দ্ৰ কলিতা , উপদেষ্টা বীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া,উপ সভাপতিদ্বয় কমল কলিতা আৰু কনক বৈশ্য ,খানামুখ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বদন কলিতা ,প্ৰধান শিক্ষক ৰিদীপ কুমাৰ ভট্টাচাৰ্য ,সহকাৰী শিক্ষয়িত্ৰীদ্বয় মল্লিকা বেজবৰুৱা দাস আৰু কুমাৰী ডিচডিমনা,খানামুখ মিলন সংঘৰ সভাপতি উৎপল বৰ্মন ,সম্পাদক চন্দন কলিতা ,সমাজকর্মী ধীৰাজ কলিতা ,জয়ন্ত কলিতা,ৰমাকান্ত কলিতাকে ধৰি ক্ৰীড়াৰ লগত জড়িত বহু লোক উপস্থিত থাকে ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign