গাৰোগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

0 319

শোণিতপুৰৰ বালিপৰা শিক্ষাখণ্ডৰ চাৰিদুৱাৰ – ১ মণ্ডল সমল কেন্দ্ৰৰ গাৰোগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে চাৰিদুৱাৰ-১ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সঞ্জিৎ দাসে । লগতে উক্ত দিনা বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট আৰু অভিভাৱকৰ মাজত এখন গুণোৎসৱ সজাগতা সভাও অনুষ্ঠিত কৰে । অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফেট মাৰাকৰ লগতে সমূহ শিক্ষাগুৰু উপস্থিত থাকে।

বাতৰি যুগুতালে প্ৰাঞ্জল প্ৰতিম বৰাই।

Leave A Reply

Your email address will not be published.