ভাৰতীয় অন্তৰীক্ষ প্ৰতিষ্ঠান চমুকৈ ইছৰো কেন্দ্ৰ স্থাপনৰ বাবে ভূমি আৱন্টন কৰিছে অসম চৰকাৰে।জানিব পৰা মতে গুৱাহাটীৰ সমীপৱৰ্তীৰ আমিনগাঁৱত ইছৰোৰ কেন্দ্ৰ স্থাপন হ’ব।Geospatial technology ব্যৱহৃত হ’ব লগা কেন্দ্ৰটোৰ জৰিয়তে গৱেষণামূলক কাম কাজ হ’ব।উত্তৰ পূবত গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে কেন্দ্ৰটো বিশেষ ভাৱে সহায়ক হ’ব।উল্লেখযোগ্য যে এই কেন্দ্ৰটো স্থাপনৰ বাবে ২০১৭ চনৰ যো জা চলি আছিল।
Trending
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ