গুৱাহাটী পে’ট্ৰল পাম্পত কাৰ্ড আৰু নগদ ধনৰ বিনিময়ত তেল ভৰাব পাৰিব

0 493

নগদ ধন আৰু কাৰ্ড দুয়োটা মাধ্যমেৰে এতিয়াৰ পৰা গ্ৰাহকে পে’ট্ৰল পাম্পত তেল ভৰাব পাৰিব।জিলা উপায়ুক্ত আৰু ডিপো মালিক সন্থাৰ মাজত হোৱা বৈঠকৰ পাছত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।নিৰ্বাচনৰ সময়ত হোৱা হিচাপহীন নগদ ধন সৰবৰাহৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পে’ট্ৰল পাম্পত কেৱল  এ টিএমৰ জৰিয়তে তেলৰ ভৰাব পাৰে বুুুলি এক  সিদ্ধান্ত লোৱা হৈছিল যদিও সেই সিদ্ধান্ত ইতিমধ্যে  বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.