ডিব্ৰুগড় জিলাৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অধীনৰ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ খবৰ এয়া। মৰাণ বামুনবাৰী ছবি দেখা কণমানি গৰাকী ক’ভিড কেয়াৰ চেণ্টাৰতে পুস্পিতা হয়। মাক আৰু কণমানি গৰাকীয়ে মানসিক ভাৱে সেই সময়ত কিছু ভাগি পৰিছিল।কিন্তু ৰিজাল্ট নিগেটিভ ওলোৱা পিছতে স্বাস্থ্যকৰ্মী সকলে অনুষ্টুপীয়াকৈ নিয়ম কৰে। উল্লেখযোগ্য যে স্বাস্থ্য কৰ্মী সকলে কণমানি গৰাকীক গা ধুৱাই নতুন সাজ পাৰ পিন্ধাই আনন্দ কৰে।এই ছবি আৰু ভিডিঅ ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram