কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 249

দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত অনুষ্ঠিত এক বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে সৰ্বানন্দ সোণোৱালক শপত বাক্য পাঠ কৰায়।ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদী কবিনেটত সৰ্বানন্দ সোণোৱাল স্থান লাভ কৰা বাবে শুভেচ্ছা লগতে ধন্যবাদ জনায়।তেখেতে কয় যে I am proud at Sri sonowal getting a berth in the Union cabinet . I recall with pride my long personal association with Sri sonowal and great opportunities that we had to work together ,for prosperity of Assam.I shall continue to learn and draw strength from him.

Leave A Reply

Your email address will not be published.