আয়ুৰ্সুন্দ্ৰা ছুপাৰ স্পেচিয়েলটী হস্পিতালে জনসজাগতাৰ বাবে দীৰ্ঘমদিন ধৰি কাম কৰি আহিছে ।ইয়াৰ অংশস্বৰুপে দিব ছাইড, ছেভ লাইভৰ শীৰ্ষক এলানি কাৰ্য্যসূচী হাতত লৈছে।ৰোগাক্ৰান্ত ব্যক্তিক কঢ়িয়াই হাতত লৈছে ।ৰোগাক্ৰান্ত ব্যক্তিক কঢ়িয়াই নিয়াৰ এম্বুলেঞ্চক পথ এৰি দিয়া বাবে বিভিন্ন জনসজাগতা মূলক কাৰ্য্যসূচী হাতত লৈছে।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত আয়ুৰ্সুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ হাই ৰিক্স প্ৰেগনেঞ্চি আৰু আই ভি এফ চেণ্টাৰৰ সঞ্চালিকা ডাক্টৰ অয়না বৰঠাকুৰে কয় যে ইতিমধ্যে ফ্লেচ ডাঞ্চৰ কাৰ্য্যসূচী সমাপন হৈছে।ৰেল কালিৰে পৰা অনুষ্ঠিত হ’ব।অহা৯ মাৰ্চত নাৰী দিৱস উদযাপন কৰা হ’ব আৰু ১৪মাৰ্চত কিডনী দিৱস উপলক্ষে সমূহ ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব ।সংবাদ মেলখনত ডাক্টৰ অমিতাভ গোস্বামী, চন্দন নাগকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ