ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে টকৌবাৰী বালিগাঁৱৰ দুই ভাতৃ। ৰত্ন বছনেট আৰু দিগ বছনেটে নামৰ দুই ভাতৃয়ে দুবছৰ আগৰে পৰা ড্ৰেগন ফলৰ খেতি কৰিছিল। অতি মূল্যবান আৰু ঔষধি যুক্ত ফলবিধৰ খেতি কৰি প্ৰথম অৱস্থাৰ পৰাই সফলতা লাভ কৰিছে । জানিব পৰা মতে প্ৰতি কেজিৰ ড্ৰেগনৰ মূল্য ৫০০ টকা। বৰ্তমান তেওঁলোকে ড্ৰেগন ফলৰ পুলি বিক্ৰী কৰা আৰম্ভ কৰিছে।যদি কোনো লোকে এই খেতিৰ সৈতে জড়িত হ’ব বিচাৰে, তেন্তে ৯১০১২১১৮৫৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই