১৯৯৯চনতে প্ৰস্তাৱিত বনাঞ্চলৰমৰ্যদা লাভ কৰা দেওপাহাৰ বনাঞ্চক আজিকোপতি সংৰক্ষিত বনাঞ্চল ঘোষণা নকৰাক লৈ খেদ প্ৰকাশ কৰিছে সচেতন মহলে। উল্লেখযোগ্য গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কর্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা পৰিপ্ৰেক্ষিতত সেই সময়ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা লাভ কৰিছিল দেওপাহাৰে।কিন্তু পৰিতাপৰ কথা যে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা লাভ কৰাৰ ২৩বছৰ পাছতো লাভ কৰা নাই গেজেট নটিফিকেচন।এই ক্ষেত্ৰত প্ৰয়োজনী ব্যৱস্থা গ্ৰহণৰ লগতে গেজেট নটিফিকেচন প্ৰদানৰ বাবে আহ্বান জনাই অলপতে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন