আজিৰে পৰা তাজ ভিভাণ্টাত অনুষ্ঠিত হৈছে ইৰ্ষ্টাণ হিমালয়ান নেচাৰোনমিক্স ফ’ৰাম শীৰ্ষ এক অনুষ্ঠান। বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত দেশৰ পৰিৱেশ বিজ্ঞানৰ লগত জড়িত বহুজন বিশেষজ্ঞ উপস্থিত থাকি কিদৰে পৰিবেশ সংৰক্ষণ কৰিব লাগে, বন্যপ্ৰাণীৰ সংঘাত কি দৰে দূৰ কৰিব পাৰি মন্তব্য আগবঢ়ায়। বিশেষকৈ নৱপ্ৰজন্মৰ উদ্যমী আৰু বিভিন্ন বিশ্ববিদ্যালয় যেনে কটন বিশ্ববিদ্যালয়, টি চি এচ’ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি পৰিবেশ সৰ্ম্পকীয় বিভিন্ন ধাৰণাক মত বিনিময় কৰে। উল্লেখযোগ্য যে প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত কেবাজনো ব্যক্তিক কালিলৈ সম্বৰ্ধনা জনাব।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press