বিদেশৰ মাটিত ভাৰতীয় সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাৰী উদ্যমী বঁটা ২০১৯ বৰ্ষত লাভ কৰিছে মধুমিতা ভূঞাই।ভাৰত চৰকাৰে প্ৰদান কৰা এই সন্মান উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবীৰাণী মাৰিয়াই অলপতে প্ৰদান কৰে । উল্লেখযোগ্য যে প্ৰবাসী ভাৰতীয় মাজৰ পৰা তেখেতক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছিল।শিৱসাগৰৰ কল্যাণ ভূঞাৰ জীয়ৰী মধুমিতা ভূঞাৰ লাভ কৰা এই সফলতাই সকলোকে আনন্দিত কৰি তুলিছে ।
Trending
- সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে
- দেশজুৰি প্ৰযোজ্য হ’ব এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী ফৰ্মূলা, পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ