যি সময়ত নাৰী সুৰক্ষাৰ প্ৰসংগই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে,সেইসময়ত এগৰাকী যুৱতীয়ে নাৰী সৱলীকৰণৰ বাণীলৈ দেশ ভ্ৰমণৰ বাবে ৰাওনা হৈছে।মহানগৰীৰ নিৰ্মালী নাথ নামৰ যুৱতীগৰাকীয়ে গুৱাহাটীৰ পৰা কন্যাকুমাৰী হৈ সুদূৰ গুজৰাটলৈ যাত্ৰা কৰিছে।জানিব পৰা মতে নিৰ্মালীয়ে শনিবাৰে গুৱাহাটী নুনমাটিৰ পৰা ৰয়েল এনফিল্ডলৈ অকলেই যাত্ৰা আৰম্ভ কৰিছে।স্মৰ্তব্য যে ইতিপূৰ্বেও নিৰ্মালীয়ে অৰুণাচলৰ অতি দুৰ্গম অঞ্চললৈ যাত্ৰা কৰিছিল।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি