নতুন দিল্লীৰ ত্যাগৰাজ ক্ষেত্ৰত যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায় প্ৰফেচনেল পাঞ্জা প্ৰতিযোগিতাত গুৱাহাটীৰ দেৱজিৎ শৰ্মাই দমনীয় প্ৰদৰ্শনেৰে ৯৫ কিলোগ্ৰাম শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই পৰ্যন্ত দেৱজিৎ শৰ্মাই সৰ্বভাৰতীয় পৰ্যায়ত একেৰাহে ১৬ বাৰকৈ নিজৰ শাখাত শ্ৰেষ্ঠত্বৰে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেৱজিতৰ ঘৰ গুৱাহাটীৰ খাৰঘূলিত।এই প্ৰতিযোগিতাত অসমৰ লাচিত স্বৰ্গয়াৰীয়েও ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও চতুৰ্থ স্থানত তেওঁ থমকি ৰ’বলগীয়া হয়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ