নৰ্থ ইষ্ট মাষ্টাৰচ্ এথলেটিকচ্ দীপামণিৰ পদক জয়

0 588

নৰ্থ ইষ্ট মাষ্টাৰচ্ এথলেটিকচ্ ফিডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা খেল খনত ৮০০ মিটাৰ দৌৰত মঙ্গলদৈৰ উদমাৰী গাঁওৰ বিশিষ্ট দৌৰ ৰাণী দীপামনি ডেকাই স্বৰ্ণ পদক লাভ কৰে ৷ ভৱিষ্যতে দীপামনিয়ে এমেচাৰ মহিলা এথলেটিকচত খেলাৰ সপোন  আছে ৷ এন.ই ফ’কাচ ডট কম তৰফৰ পৰা দীপামনিৰ  উজ্বল ভৱিষ্যত কামনা কৰিলো ৷

Leave A Reply

Your email address will not be published.