কথাৰে নহয় কামেৰে পৰিচয় দাঙি ধৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে । এই জনপ্ৰতিনিধি, আন কোনো নহয় তেখেতে হৈছে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুর্মী।উল্লেখযোগ্য যে এই বিধায়ক গৰাকীয়ে সকলো সময়তে ৰাইজৰ দুখ সুখৰ সমভাগী হয় । পুৱা কিম্বা মাজ নিশা এই দুই সময়তে সক্ৰিয় হৈ থাকে এই গৰাকী বিধায়ক।এইবাৰ বিধায়ক গৰাকী নামি পৰিল পথ মেৰামতি কামত।উল্লেখযোগ্য যে ঐতিহাসিক ধোদৰ আলিত পথতো বহু দিন ধৰি যাতায়তৰ বাবে সুচল হোৱা নাছিল।পথটো মেৰামতিৰ প্ৰয়োজন আছিল।কিন্তু চৰকাৰে এই বিশেষ পথটোক লৈ বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিল।অৱশেষত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ধোদৰ আলি পথটো মেৰামতি কৰাত নিজেই নামি পৰে।লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীক এই পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন