ধৰালৈ লাহে লাহে শীত নামিছে । বৰষুণৰ অভাৱত এফালৰপৰা শুকাবলৈ ধৰিছে নৈ, নিজৰা, খাল, বিল আদি। শুকাবলৈ ধৰাত খাল,বিলত শোণিতপুৰৰ লোক্ৰা অঞ্চলত এতিয়া মাছ ধৰাত ব্যস্ত অঞ্চলবাসী ৰাইজ। ৰাইজে একত্ৰিত হৈ লাহনী, জাল, প’ল’ , জাকৈ ,খালৈ লৈ লোক্ৰাৰ লৱৰঘাৰীত যুৱকসকলে পছন্দৰ মাছ ধৰি আনন্দত মছগুল হৈ পৰা পৰিলক্ষিত হৈছে । মাছ ধৰাত ব্যস্ত পংকজ বৰা আৰু কল্যাণ গগৈ নামৰ যুৱক দুজনে জনোৱা অনুসৰি এনেদৰে ধৰা মাছবোৰ তেওঁলোকে চুবুৰীয়াৰ সৈতে বিলাই খোৱাৰ পৰিকল্পনা কৰিছে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls