The Northeast venture fund চমুকৈ NEVFয়ে উত্তৰ পূৱব ষ্টাৰ্ট আপৰ বাবে বিনিয়োগ সমাৰোহ আয়োজন কৰিছে।ড`নাৰ আৰু এচ আই ডি বি আই বেংকৰ উদ্যোগত নেডফিয়ে এই সমাৰোহৰ অংশীদাৰ হৈছে।অলপতে এই সমাৰোহখন মুকলি কৰি নেডফিৰ পি ভি এচ এল এন মূৰ্তিয়ে কয় -এই সমাৰোহখনে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ ব্যৱসায়ক আগবঢ়ায় নিয়াৰ বাবে ফলপ্ৰসু হ`ব।উদ্ভাৱনীমূলক চিন্তা আৰু ব্যতিক্ৰম ধাৰণাৰে আগবঢ়া উদ্যমীসকলে প্ৰাধান্য লাভ কৰিব।বাচনিত অন্তভূৰ্ক্ত ষ্টাৰ্টআপ বিলাকে বিনিয়োগ প্ৰবন্ধক তথা উদ্যোগ বিশেষজ্ঞ কমিটিৰ সন্মুখত ষ্টাৰ্ট আপ সমূহৰ সম্পৰ্কে অৱগত কৰিব লাগিব।ইচ্ছুক ষ্টাৰ্টআপে ১৫ মাৰ্চলৈকে অনলাইনত আবেদন কৰিব পাৰিব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি